Rupaliparda.com

|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা

27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই।...

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত...

|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা

“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী...

Editor’s pick

Bishnu Prasad Rava

|| ৰাফ cut : চিনেমা , বিষ্ণুপ্ৰসাদ ৰাভা ||– উৎপল মেনা

‘ শকুন্তলা’ৰ চিত্ৰনাট্য লিখিম বুলি বহুতকে কৈছিল । থানু বৰাকো কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাই । পিছত চিত্ৰনাট্য লিখিছিল — ‘ শংকৰদেৱ ‘, ‘সীমিন্তৰ সৈনিক ‘, ‘ কুমাৰ হৰণ ‘ ...

ফিৰিঙতিঃ “দা স্পাৰ্ক-

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সমসাময়িকত লিখা কাহিনীৰে ১৯৯২ চনত মুক্তিপ্ৰাপ্ত এখন বোলছবি হৈছে “ফিৰিঙতি”। এগৰাকী বিধৱা শিক্ষয়িত্ৰীৰ জীৱন কাহিনীৰে আৰম্ভ বোলছবিখনে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰে। এটা মূখ্য চৰিত্ৰ...

This week’s hottest

Wide Angle

|| ৱাইড এংগল ||–উৎপল মেনা

  “ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 33

দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন

“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই...

Latest articles