Rupaliparda.com

“কেলেণ্ডাৰ”ৰ পৰিচালকৰ “তাৰিখ” –উৎপল মেনা

আৰু এখন অসমীয়া চিনেমা– হিমজ্যোতি তালুকদাৰৰ। “কেলেণ্ডাৰ”ৰ পৰিচালক গৰাকীৰ দ্বিতীয় খন চিনেমা, নাম– তাৰিখ”। সামাজিক মাধ্যমত এখন দেখা এখন স্থিৰচিত্ৰ। বহু কথা কৈ যোৱা, চকু চুই যোৱা।...

|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা

27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই।...

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত...

Editor’s pick

লাখৰ অংকত আয় লাভ কৰা বুৰঞ্জীমূলক ছবি "মণিৰাম দেৱান"- 18

লাখৰ অংকত আয় লাভ কৰা বুৰঞ্জীমূলক ছবি “মণিৰাম দেৱান”-

অসমীয়া ছবিৰ ধাৰাত এক কালত বুৰঞ্জীমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল। একেধাৰে কেইবাখনো বুৰঞ্জীমূলক ছবিয়ে মুক্তি লাভ কৰিছিল ৬০-৭০ দশকৰ সময়ছোৱাত। এনে বুৰঞ্জীমূলক ছবিৰ ভিতৰত অন্যতম ছবিখন হৈছে “মণিৰাম দেৱান”। বেণুধৰ...

সংগীত মহাৰথী পঞ্চম দাৰ ৮০সংখ্যক উপজা দিন

সমগ্ৰ বিশ্বৰ সংগীতক্ষেত্ৰত বৰ্তমানেও জিকমিকাই থকা নক্ষত্ৰ আৰ.ডি.বৰ্মন ওৰফে পঞ্চম দাৰ আজি ৮০সংখ্যক জন্মদিনৰ দিনা ৰূপালী পৰ্দাৰ ফালৰ পৰা এইজনা বিখ্যাত সংগীত শিল্পীক আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। ১৯৩৯ চনৰ ২৭ জুনত ব্ৰিটিছ শাষিত...

নাটকৰ মঞ্চৰ পৰা আহি বৰ্তমান টেলিভিছন জগতৰ এখন চিনাকী মুখঃ “শুভাশীষ ৰিয়ান কাশ্যপ”-

প্ৰবল ইচ্ছাই অভীষ্ট লক্ষ্যৰ বাট কাটে।অভিনয়ৰ প্ৰতি প্ৰৱল ইচ্ছা থকা শুভাশীষ ৰিয়ান কাশ্যপ এতিয়া ৰূপালী পৰ্দাৰ এখন চিনাকী মুখ ৷ এমেছাৰ মঞ্চৰ পৰা ৰূপালী পৰ্দাৰ জগতখনলৈ শুভাশীষ ৰিয়ান কাশ্যপৰ এই যাত্ৰা বৰ বেছি দীঘলীয়া নহয় যদিও...

This week’s hottest

|| ইতি তোমাৰ: চিনে চৰ্চা || --উৎপল মেনা 29

|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা

“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী সংংবাদকৰ্মীৰ প্ৰশ্নৰ...

ত্ৰয়াদশ ছেট ৱেট মেগা মিষ্টাৰ নৰ্থ ইষ্টত গৌৰীশ সিং, মাৰ্টিন ইৰেংবাম আৰু কৃষ্ণ দাসৰ বিজয়

মণিপুৰৰ মাৰ্টিন ইৰেংবামে তুৰস্কত টপ মডেল অৱ দ্য ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব গুৱাহাটী; ৩ মাৰ্চ, ২০২৪: উত্তৰ-পূব অঞ্চলৰ সকলো দৰ্শকৰ সন্মুখত অসমৰ গৌৰীশ সিং, মণিপুৰৰ মাৰ্টিন ইৰেংবাম আৰু অসমৰ কৃষ্ণ দাসক ১...

Latest articles