Rupaliparda.com

|| ২৭ গাড়ী কঁপাহ আৰু কিছু কথা || –উৎপল মেনা

27 Wagons Full of Cotton –টেনেচি উইলিয়ামছৰ নাটক। অসমীয়া অনুবাদ: ২৭ গাড়ী কঁপাহ। মূল নাটক খন পঢ়া নাই, গতিকে নাজানিম– অনুবাদ কৰোতে, নাটক খনৰ অনুবাদক সুৰেশ কুমাৰে কিমান স্বাধীনতা লৈছে বা লোৱা নাই।...

লৰ্ড দাসৰ নতুন চিনেমা–উৎপল মেনা

৪ এপ্ৰিল। কালি উপস্থিত আছিলোঁ এখন অসমীয়া চিনেমাৰ শুভ মহুৰৎ অনুষ্ঠানত। পৰিচালক লৰ্ড দাসে আমন্ত্ৰণ কৰিছিল কেমেৰাৰ ছুইচ অন কৰিবলৈ। চিনেমা খনৰ পৰিচিলক গৰাকীয়ে আঁতধৰা অনুষ্ঠানটিত নাৰিকল ভাঙি মংগল কামনা কৰে সংগীত...

|| ইতি তোমাৰ: চিনে চৰ্চা || –উৎপল মেনা

“ইতি তোমাৰ” –এখন অসমীয়া চিনেমা। পাৰৱেজ আহমেদৰ প্ৰথম (পূৰ্ণদৈৰ্ঘ) পৰিচালনা। চিনেমা খন চোৱাৰ পাছতে (জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ২৩ মাৰ্চ ২০২৪।) আমি দৃশ্য মাধ্যমৰ এগৰাকী...

Editor’s pick

Malaya Goswami

|| ৰাফ cut : মলয়া গোস্বামী ||– উৎপল মেনা

তেতিয়া ‘ৰং’ — ফ্ল’ৰত । মুনিন বৰুৱাৰ ‘ৰং’। ভাইমনদাৰ ( মুনিন বৰুৱাৰ ) ফোন — কাইলৈ আহিবা। দিলীপ হাজৰিকা , মলয়া গোস্বামী থাকিব । গৈছিলো । সেইদিনায়ে , মাত্ৰ সেইদিনায়ে কথা পাতিছিলো...

ঠাকুৰৰ জন্মদিনঃ ৮১ বছৰ বয়সত ভৰি দিলে ঠাকুৰে-

“শ্বোলে” ৰ ঠাকুৰৰ অভিনয়ৰে হৃদয়জিনা বলীউডৰ নক্ষত্ৰ সঞ্জীৱ কুমাৰৰ জন্মদিনৰ দিনা ৰূপালী পৰ্দাৰ ফালৰ পৰা এই মহান ব্যক্তিজনাক শ্ৰদ্ধাৰে শুঁৱৰিছো। ৯ জুলাই, ১৯৩৮ ত জন্মগ্ৰহণ কৰা এই অভিনেতাগৰাকীৰ সম্পূৰ্ণ নাম আছিল...

অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবিঃ “ডক্তৰ বেজবৰুৱা”-

১৯৬৯ চনত মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া থ্ৰীলাৰ ছবি হৈছে “ডক্তৰ বেজবৰুৱা”। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত তথা ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত উক্ত ছবিখন অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ...

This week’s hottest

Wide Angle

|| ৱাইড এংগল ||–উৎপল মেনা

  “ৱাইড এংগল” — চালোঁ। জয়ন্ত নাথৰ পৰিচালনা। ড৹ নগেন শইকীয়াৰ গল্প “ষ্টাফ ৰিপ’ৰ্টাৰৰ ছবি”ৰ আধাৰত পংকজজ্যোতি ভূঞাই ৰচনা কৰিছে চিনেমা খনৰ চিত্ৰনাট্য। ৰূপালী গল্পটোৰ কাহিনীৰ প্ৰথম বিন্দু...

দ্য লাষ্ট অ’নাৰ - এক অন্য জীৱনৰ উপস্থাপন 36

দ্য লাষ্ট অ’নাৰ – এক অন্য জীৱনৰ উপস্থাপন

“দীর্ঘদিন ধৰি কেতিয়াবা কষ্টিউম ডিজাইনাৰ হিচাপে, কেতিয়াবা মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু কেতিয়াবা প্ৰযোজক হিচাপে অসমীয়া চলচিত্ৰৰ সৈতে জড়িত হৈ আছিলোঁ। প্রথমবাৰৰ বাবে নিজাকৈ এখন চলচিত্ৰ পৰিচালনা কৰাৰ পাছত সেইখন চলচ্চিত্রই...

Latest articles